You may have to Search all our reviewed books and magazines, click the sign up button below to create a free account.
বুঢ়ী আইৰ সাধু হৈছে শিশু উপযোগী এখন সাধু সংকলন। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে নানা প্ৰবন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰিছিল। এই সাধুকথা বোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সাধু সংকলনৰূপে প্ৰকাশ কৰিছিল।
None
কাৰেঙৰ লিগিৰী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত দ্বিতীয়খন নাটক। এইখন এখন বুৰঞ্জীমূলক নাটকৰ ঠাঁচত ৰচিত কাল্পনিক নাটক। অসম বুৰঞ্জীৰ আহোম যুগৰ পটভূমিত ৰচিত নাটকখনৰ মূল কাহিনীভাগ পাঁচটা অঙ্কত বিভক্ত। তেখেতে ১৯২৫ চনত নাটকখন লিখা আৰম্ভ কৰি ইংলেণ্ডত থকা সময়ত (প্ৰায় ১৯২৭ চনত) সম্পূৰ্ণ কৰিছে। কাৰেঙৰ লিগিৰীৰ প্ৰথম প্ৰকাশ হয় ১৯৩৭ চনত। প্ৰথম সংস্কৰণৰ প্ৰণেতাৰ কথাত নাট্যকাৰে নাটখন প্ৰায় ১০ বছৰ আগতে লিখা বুলি উল্লেখ কৰিছে।
Includes: Biuletyn informacyjny.
None
Annotation.
Little about The Solar System...